Sunday, May 28, 2023
HomeAssameseডিগবৈ ষ্টেচন এৰিয়াত এক পথ দূৰ্ঘটনা

ডিগবৈ ষ্টেচন এৰিয়াত এক পথ দূৰ্ঘটনা

দূৰ্ঘটনাত এজন লোক নিহত।

গতিবেগ নিয়ন্ত্ৰণ হেৰাই পথৰ কাষত থকা এটা নলাত বাগৰি পৰিল এখন ৱাৰ্গানাৰ।
ৱাৰ্গানাৰ খনৰ নম্বৰ AS 23 M 0472
গাড়ী খনৰ চালক তথা গৰাকী তনময় ডেকা (৪৫) ঘটনাস্থলীতে নিহত। গাড়ী খনত থকা পত্নী পাপৰি শইকীয়া ডেকা আৰু দুই সন্তান হৃদয় ডেকা আৰু গুঞ্জন নাথ ডেকা গুৰুত্ব ভাৱে আহত।
ততাতৈয়াকৈ আহত কেইজনক সংকট জনক অবস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ।

তিনিচুকীয়াৰ পৰা ৰন্টু বৰশইকীয়া ৰিপ’ৰ্ট

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments