ডিগবৈ শোধনাগাৰ কৰ্তৃপক্ষৰ সংবাদমেল
ডিগবৈ শোধনাগাৰ কৰ্তৃপক্ষৰ সংবাদমেল গ’ল্ডেন জুবিলী কমপ্লেক্সত।
Read more–মথুৰাৰ Shri Krishna Janambhumi বিবাদ! আদালতে দিলে গুৰুত্বপুৰ্ণ আদেশ
ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধি আৰু সামাজিক দায়বদ্ধতা আঁচনি শীৰ্ষক সংবাদ মেলত চিফ কাৰিকৰী বিভাগৰ চিফ জেনেৰেল মেনেজাৰ এছ কে দাস, চিফ জেনেৰেল মেনেজাৰ (মানৱ সম্পদ বিভাগ) কিশোৰ কুমাৰ শৰ্মা আৰু মানৱ সম্পদ বিভাগৰ জেনেৰেল মেনেজাৰ কমল বসুমতাৰী সংবাদ মেলত উপস্থিত থাকে।
সাংবাদিকে শোধনাগাৰৰ সম্পৰ্কত অৱতাৰণা কৰা বিভিন্ন প্ৰশ্নোত্তৰ দিয়ে বিষয়াবৰ্গই।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News