ডিগবৈ- পেঙেৰী মুল সংযোগী পথত শ শ প্ৰকাণ্ড গাঁত
প্ৰায় ৩৭ কিলোমিটাৰ পথটো দুখন বনাঞ্চলৰ মাজেদি গৈছে । পথটোৰে যাতায়াত কৰোতে যাত্ৰীয়ে সঘনে বনৰীয়া হাতী আৰু দুবৃত্তৰ মুখামুখি হয় ।
পথটো বিধ্বস্ত হৈ পৰাত বনৰীয়া হাতী নতুবা দুবৃত্তৰ পৰা ৰক্ষা পাবলৈ যান বাহন তীব্ৰ গতিত চলাই যাব নোৱাৰে যাত্ৰী সকলে ।
কানসাৰ নাই ডিগবৈ বিধায়ক সুৰেন ফুকন আৰু মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাৰ ।
পথটো নিৰ্মাণ নকৰিলে পথৰ গাঁতত মাছ পালন কৰিব ৰাইজে ।