ডিগবৈ- পেঙেৰী মুল সংযোগী পথত শ শ প্ৰকাণ্ড গাঁত

20

ডিগবৈ- পেঙেৰী মুল সংযোগী পথত শ শ প্ৰকাণ্ড গাঁত

প্ৰায় ৩৭ কিলোমিটাৰ পথটো দুখন বনাঞ্চলৰ মাজেদি গৈছে । পথটোৰে যাতায়াত কৰোতে যাত্ৰীয়ে সঘনে বনৰীয়া হাতী আৰু দুবৃত্তৰ মুখামুখি হয় ।

পথটো বিধ্বস্ত হৈ পৰাত বনৰীয়া হাতী নতুবা দুবৃত্তৰ পৰা ৰক্ষা পাবলৈ যান বাহন তীব্ৰ গতিত চলাই যাব নোৱাৰে যাত্ৰী সকলে ।

কানসাৰ নাই ডিগবৈ বিধায়ক সুৰেন ফুকন আৰু মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাৰ ।

পথটো নিৰ্মাণ নকৰিলে পথৰ গাঁতত মাছ পালন কৰিব ৰাইজে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here