সোমবাৰে নিশা টিংৰাই ৰেল ষ্টেচনৰ সমিপত এক ভয়ংকৰ পথ দুৰ্ঘটনা
এখন অইল টেংকাৰে AS 04 L 4500 গাড়ী এখনক খুন্দিয়াই পলায়ন কৰে।
AS 04 L 4500 গাড়ী খনত থকা তিনিগৰাকী যাত্ৰী যথাক্রমে মুনিন্দ্ৰ চেতিয়া(48),বুলবুলী চেতিয়া(40) আৰু শেৱালী সোনোৱাল চেতিয়া(38) গুৰুতৰভাবে আহত হয়।
তেওঁলোকক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল লৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয়।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News