ডিগবৈ টিংৰাইত চাহ জনগোষ্ঠী ছাত্ৰ সংন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ লগতে মন্ত্ৰী,সাংসদ আৰু বিধায়কৰ প্ৰতিকৃতি দাহ।
ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী,অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,শ্ৰম মন্ত্ৰী সঞ্জয় কিষান,সাংসদ কামাখ্যা প্ৰসাদ তাছা,বিধায়ক ৰূপজ্যোতি কুৰ্মী,তেৰছ গোৱালা,ৰূপেশ গোৱালাৰ প্ৰতিকৃতি দাহ ।
ডলু চাহ বাগিচা উচ্ছেদৰ সময়ত মন্ত্ৰী,সাংসদ,বিধায়ক সকল নীৰৱ হৈ থকাত এই প্ৰতিবাদ।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া ,Ne India News