Thursday, March 30, 2023
HomeAssameseডিগবৈ জামে মছজিদত চুৰিকাণ্ড

ডিগবৈ জামে মছজিদত চুৰিকাণ্ড

ডিগবৈ জামে মছজিদত চুৰিকাণ্ড

ডিগবৈ জামে মছজিদত ৰবিবাৰে নিশা সংঘটিত হল চুৰিকাণ্ড ।ডিগবৈ জামে মছজিদত নিশা চোৰে দানপাত্ৰ ভাঙি চুৰি কৰি নিলে ধন । মজজিদটোত থকা ডাঙৰ দানপাত্ৰ ভাঙিব নোৱাৰি সৰু দানপাত্ৰটো ভাঙি চোৰে লৈ গল নগদ ধন । সমগ্ৰ দৃশ্য বন্দী হৈছে মজজিদটোত থকা CCTV ত ।

ঘটনাটোৰ খবৰ বিয়পি পৰাৰ পিচতেই তীব্ৰ চাঞ্চ্যলকৰ সৃষ্টি হৈছে অঞ্চলটোত ।চোৰে মছজিদৰ চৌহদৰ দেৱাল পাৰ হৈ প্ৰথমে কাৰ্য্যলায়ত প্ৰবেশ কৰি তাৰপিছত মজজিদৰ ভিতৰত প্ৰবেশ কৰিছিল বুলি জামে মজদিত কমিটিৰ লোকসকলে জানিবলৈ দিয়ে ।

 

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments