ডিগবৈ চহৰৰ মাজমজিয়াত ড্ৰাগছ সহ আটক দুই যুৱক

44

ৰাজদীপ দত্ত নামৰ এজন লোকক নিজৰ দোকানতে বেজি ৰে হাতত ড্ৰাগছ লৈ থকা অৱস্থাত আটক।

ৰাজদীপৰ সহযোগী লক্ষীপথাৰৰ সঞ্জীৱ সোনোৱালকো আটক ।

ৰাজদীপৰ পিতৃৰ খবৰৰ ভিত্তিত স্থানীয় গাওঁৰক্ষী আৰু কৰ্তব্যৰত আৰক্ষীয়ে আটক কৰে যুৱক দুজনক।

যুৱক দুজনৰ পৰা দুটা টেমা আৰু এটা ছিৰিঞ্জ উদ্ধাৰ কৰে আৰক্ষীয়ে ।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here