ৰাজদীপ দত্ত নামৰ এজন লোকক নিজৰ দোকানতে বেজি ৰে হাতত ড্ৰাগছ লৈ থকা অৱস্থাত আটক।
ৰাজদীপৰ সহযোগী লক্ষীপথাৰৰ সঞ্জীৱ সোনোৱালকো আটক ।
ৰাজদীপৰ পিতৃৰ খবৰৰ ভিত্তিত স্থানীয় গাওঁৰক্ষী আৰু কৰ্তব্যৰত আৰক্ষীয়ে আটক কৰে যুৱক দুজনক।
যুৱক দুজনৰ পৰা দুটা টেমা আৰু এটা ছিৰিঞ্জ উদ্ধাৰ কৰে আৰক্ষীয়ে ।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News