Friday, March 24, 2023
HomeAssameseডিগবৈৰ মিছনপাৰা শনি মন্দিৰত অঘটন

ডিগবৈৰ মিছনপাৰা শনি মন্দিৰত অঘটন

ডিগবৈৰ মিছনপাৰা শনি মন্দিৰত অঘটন

ডিগবৈ মিছনপাৰাত অৱস্থিত শনি মন্দিৰত নিশা সংঘটিত হল অঘটন । বৃহস্পতিবাৰে চোৰে শনি মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰে । শনি মন্দিৰটোত নিশা চুৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চ্যলকৰ সৃষ্টি কৰিছে।দানপাত্ৰ ভাঙি চোৰে ধন লৈ উদাও হয়।দুই বছৰৰ পৰা দানপাত্ৰ খোলা হোৱা নাছিল বুলি শনি মন্দিৰ কমিটিৰ মানুহে জনাইছে।

ৰন্টু বৰশইকীয়া , তিনিচুকিয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments