Monday, March 27, 2023
HomeAssameseডিগবৈৰ পৰা পেঙেৰীলৈ ভাৰতীয় সেনা আৰু চি.আই.এছ.এফৰ বাইক ৰেলী

ডিগবৈৰ পৰা পেঙেৰীলৈ ভাৰতীয় সেনা আৰু চি.আই.এছ.এফৰ বাইক ৰেলী

ডিগবৈৰ পৰা পেঙেৰীলৈ ভাৰতীয় সেনা আৰু চি.আই.এছ.এফৰ বাইক ৰেলী

দেশৰ ৭৫ সংখ্যক স্বাধীনত দিৱসৰ লগত সংগতি ৰাখি আজাদি কা অমৃত মহোৎসৱ আৰু হৰ ঘৰ ত্ৰিৰংগা কায্যসূচীত আজিৰে পৰা ১৫ আগষ্ট লৈকে সুচাৰুভাৱে উদযাপন কৰা লক্ষ্যৰে আজি ডিগবৈস্থিত ভাৰতীয় সেনাৰ উদ্যোগত ডিগবৈ ৰ CISF আৰু বিভিন্ন দল সংগঠনৰ সহযোগত ভাৰতীয় ত্রিৰংগা পতাকা লৈ এক বিশাল বাইক ৰেলী বাহিৰ কৰে। ডিগবৈ স্থিত ভাৰতীয় সেনাৰ শিবিৰৰ পৰা আৰম্ভ কৰি পেঙেৰীৰ লৈকে ওলোৱা ৰেলীত পেঙেৰীৰ ৰানাৰ্ছ গ্ৰুপ লগতে বিভিন্ন দল সংগঠন আৰু ভাৰতীয় সেনাৰ জোৱান সহ তিনিশ লোকে অংশ গ্ৰহণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments