ডিগবৈৰ নাজিৰাটিং পৰ্যটন স্থলীত ডকাইতি, যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা
তিনিচুকীয়া জিলাৰ ডিগবৈৰ নাজিৰাটিং পৰ্যটন স্থলী লৈ যোৱা ভাতৃ ভগ্নীক ছয়জনীয়া এটা দলে চোকা অস্ত্ৰ দেখুৱাই লুটিলে নগদ ধন আৰু মোবাইল ফোন ।
ছয়জনীয়া দ’ল টোৱে যুৱতীক শ্লীলতা হানি কৰাৰো অপচেষ্টা চলাইছিল।ভুক্তভোগীয়ে ডিগবৈ থানাত এজাহাৰ দাখিল কৰিছে,ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়া আৰক্ষী অধীক্ষক জনালে স্থানীয় বিধায়ক সুৰেন ফুকনে ।
ৰন্টু বৰশীইকীয়া , তিনিচুকীয়া , Ne India News