Tuesday, March 21, 2023
HomeAssameseডিগবৈত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

ডিগবৈত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

ডিগবৈ বগাপানীৰ ঔভোতাজানত ভয়ংকৰ অগ্নিকাণ্ড।

অগ্নিকাণ্ডত নিমিষতে জাহ গল এটা যৌথ পৰিয়ালৰ বাসগৃহ।

বিদুৎ সংযোগ বিসংগতিৰ ফলত অগ্নিকাণ্ড সূত্ৰপাতৰ সম্ভাৱনা।

শিউ প্ৰসাদ গুপ্তা, সঞ্জয় গুপ্তা আৰু ৰাজেশ গুপ্তাৰ যৌথ ভাৱে বসবাস কৰা বাসগৃহ সম্পূৰ্ণ ভাৱে ভস্মীভূত।

ডিগবৈ আই অ চি অগ্নি নিৰ্বাপক বাহিনী, ডিগবৈ আৰক্ষী উপস্থিত।

এক ঘণ্টাৰ মূৰত অগ্নিকাণ্ড নিয়ন্ত্ৰণ।

অগ্নিকাণ্ডত ঘৰৰ সকলো আঁচ বাব সা সম্পত্তি ভস্মীভূত।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments