ডিগবৈত বৃহৎ পৰিমাণৰ লালী গুৰ জব্দ
ডিগবৈত বৃহৎ পৰিমাণৰ লালী গুৰ জব্দ।
জব্দকৃত গুৰখিনি তিনিচুকীয়াৰ পৰা অনা হৈছিল।
AS 23 AC 8818 নম্বৰৰ লালি গুৰ ভৰ্তী চোতাহাতী জব্দ।

ৰাম কিৰন চাহু আৰু দিপু চাহু ৰ দোকানলৈ আনা হৈছিল গুৰখিনি। আনহাতে লালী গুৰখিনি গুদামত ভৰাই থকাৰ অৱস্থাত হাতে- লোতে ধৰা পৰে।
ডিগবৈ আৰক্ষী উপস্থিত হৈ গুৰ খিনি জব্দ কৰি গাড়ী আৰু দোকানৰ গৰাকীক আটক কৰি ডিগবৈ থানালৈ লৈ যায়।
ডিগবৈ বজাৰৰ বহুসংখ্যক দোকানত লালীগুৰৰ ৰমৰমীয়া বেহা চলাৰ অভিযোগ স্থনিয় লোকৰ।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News