Friday, May 26, 2023
HomeAssameseডিগবৈত বিষাক্ত কলা শঙ্খচুৰা সাপ উদ্ধাৰ

ডিগবৈত বিষাক্ত কলা শঙ্খচুৰা সাপ উদ্ধাৰ

ডিগবৈত বিষাক্ত কলা শঙ্খচুৰা সাপ উদ্ধাৰ

ডিগবৈত বিষাক্ত কলা শঙ্খচুৰা সাপ এডাল উদ্ধাৰ কৰা হয়।ডিগবৈৰ মুলিয়াবাৰি বাসিন্দা সকলক বহুত দিন ধৰি বিষাক্ত কলা শঙ্খচুৰা সাপ ডালে আতংকৰ সৃষ্টি কৰি ৰাখিছিল।২০২২ জুন মাহৰ ১ তাৰিখে এই বিষাক্ত কলা শঙ্খচুৰা(Greater black krait )সাপে দীপ্তি থাপা নামৰ ২৩ বছৰ বয়সৰ মহিলা এজনীক দৰ্শনো কৰিছিল।দৰ্শন কৰা ফলত মহিলাগৰাকীৰ স্বামীয়ে চিকিৎসালয়লৈ লয় যায়। কিন্তু উচ্চ চিকিৎসা নোপোৱাত মানুহ জনীৰ মৃত্যু ঘটে।মানুহ গৰাকীক খুটা সাপ দালক ডিগবৈৰ “Wild care Foundation” অৰ ফাৰুক আলি আৰু “Green Bird Society’ৰ কাৰ্তিক চৌধাৰীয়ে উদ্ধাৰ কৰি অইল ফিল্ড বনাঞ্চলত মুকলি কৰি দিয়ে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments