ডিগবৈত বাছৰ খুন্দাত এজনৰ মৃত্যু
ডিগবৈত বাছৰ খুন্দাত এজনৰ মৃত্যু । ৰামনগৰৰ ৩৮ নং ৰাষ্ট্ৰীয় পথত এই ঘটনা । মৃত্যু হোৱা যুৱক জনৰ বৰ্তমানো পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ মৃত্যু হোৱা যুৱকজনে চাইকেলেৰে গৈ আছিল । ডিগবৈৰ পৰা তিনিচুকীয়া অভিমুখে যোৱা বাছ খনৰ নাম “আয়ুসজ্যোতি”বাছখনৰ নম্বৰ – AS 23 CC 3749
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News