ডিগবৈত এক গাওঁ এক ত্ৰিৰংগা
এ.বি.ভি.পি ডিগবৈ আঞ্চলিকৰ যুটীয়া অন্যতম সম্পাদক বিশ্বজিত বুঢ়াগোহাঁই আৰু উপ-সভাপতি ছামিনা ছুলতানাৰ নেতৃত্বত ‘এক গাওঁ এক ত্ৰিৰংগা’ কাৰ্যসূচী সম্পন্ন হয়। কাৰ্যসূচীত ডিগবৈ বৰবিল গাঁও পঞ্চায়ত এলেকাৰ বিভিন্ন ঘৰ,দোকান আদিত গৈ তেওঁলোকে জাতীয় পতাকা বিনামূলীয়াকৈ বিতৰণ কৰে।
