ডিগবৈত আটক ২ দ্ৰাগছ ব্যৱসায়ী ! জব্দ বুজন পৰিমাণৰ ড্ৰাগছ
শুকুৰবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ মাকুমৰ পাটকাই ৰিজৰ্ট পাৰ্কিং প্লেচত আটক হয় দুটা দ্ৰাগছ ব্যৱসায়ী।
ডিগবৈ পুলিচে আটক কৰিলে এই দুই দ্ৰাগছ ব্যৱসায়ীক।
ডিগবৈ আৰক্ষীয়ে লগতে জব্দ কৰে ৩ টাকৈ চাবোন বাকচ , ২ টা মবাইল ফোন , দুটা লাইটাৰ।

ড্ৰাগছ ব্যৱসায়ী যুৱক দুটাই জনোৱা অনুসৰি, বঙালী বালিজান ৰ বাবলু নামৰ এটা যুৱক উক্ত ব্যৱসায় টোত মুখ্য ভূমিকা পালন কৰি আহিছে ।
আৰক্ষীয়ে জব্দ কৰা দ্ৰাগছৰ পৰিমাণ ১৩ গ্ৰাম।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া , Ne India News