ডিগবৈত অসম গণ পৰিষদৰ কাৰ্যালয়ৰ চৌহদত ১৬ আগষ্টতো উৰি থাকিল জাতীয় পতাকা
১৫ আগষ্টত দেশৰ বিভিন্ন ঠাইত পালিত হ’ল ৭৬ সংখ্যক স্বাধীনতা দিৱস। সকলো পক্ষই স্বাধীনতা দিৱসত জাতীয় পতাকা উত্তোলন কৰিলে। সেইখিনিলৈকে থিকেই আছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰদল অসম গণ পৰিষদৰ ডিগবৈ কাৰ্য্যালয়ৰ চৌহদত আজি(১৬/০৮/২০২২)দিনৰ ১২ বজাৰ পিছতো পতাকা উৰিয়েই থাকিল।পৰিষদৰ কৰ্মকৰ্তাসকলৰ অজ্ঞতা নে ইচ্ছাকৃতভাৱে একে কাণ্ড ঘটালে সেইটো নোবোজা এক সাঁঠৰ হৈ থাকিল।

ৰন্টু বৰশীইকীয়া , তিনিচুকীয়া , Ne India News