ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগ
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগ ডেমক্ৰেটিক পাৰ্টিৰ । মঙলবাৰে আমেৰিকাৰ সংসদত মহাভিযোগ দাখিল ট্ৰাম্পৰ বিৰুদ্ধে ।
বিগত সপ্তাহত আমেৰিকাৰ কেপিটেল হিলত ট্ৰাম্প সমৰ্থকে কৰা হিংসাত্মক ঘটনাত ট্ৰাম্পৰ ভুমিকাক লৈ এই মহাভিযোগ দাখিল আমেৰিকাৰ সংসদত ।
হিংসাত্মক ঘটনা সংঘটিত কৰাৰ বাবে প্ৰৰোচিত কৰোৱাৰ অভিযোগ ট্ৰাম্পৰ বিৰুদ্ধে ।
ট্ৰাম্পৰ বিৰুদ্ধে এই মহাভিযোগ সত্য প্ৰমাণিত হলে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে হেৰুৱাব লাগিব চৰকাৰী সকলো সা সুবিধা , পেঞ্চন , স্বাস্থ্য বীমা আদি ।
International Desk, Ne India News