ডনাল্ড টাম্পে ভাষণত কি কলে 

0
436
Donald trump

ডনাল্ড টাম্পে ভাষণত কি কলে 

 ভাষণ আৰম্ভ কৰি হিন্দীতে ডনাল্ড টাম্পে কলে নমস্তে ইণ্ডিয়া।
ডনাল্ড টাম্পে কলে নৰেন্দ্ৰ মোডী সচা বন্ধু ।
‘বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামক মোক কৰা আদৰণিত অভিভূত হৈছো।
‘নৰেন্দ্ৰ মোডী এই বিশাল গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ এগৰাকী সফল নেতা ‘
১.২৫ লাখ লোকে মোক জনোৱা আদৰণি বাবে ধন্যবাদ ‘
ডনাল্ড টাম্পে প্ৰশংসা কৰে বলিউদৰ শিল্পীক ভাষনত নাম ললে শচীন তেণ্ডুলকাৰ ,বিৰাট কোহলীৰ দীপাৱলীৰ কথাও কলে ভাষণত।
News Desk ,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here