টকি’অ অলিম্পিকৰ বাবে নিৰ্বাচিত এথলিট নীৰজ চোপ্ৰা

0
362

টকি’অ অলিম্পিকৰ বাবে নিৰ্বাচিত এথলিট নীৰজ চোপ্ৰা

টকি’অ অলিম্পিক, ২০২০ বাবে নিৰ্বাচিত হৈছে এথলিট নীৰজ চোপ্ৰা। দক্ষিণ আফ্ৰিকাৰ Athletics Central North East meeting ত ৮৭.৮৬ মিটাৰ জেভলিন থ্ৰ’ কৰাৰ পিছতে তেওঁক নিৰ্বাচিত কৰা হয়।
কেন্দ্ৰীয় মন্ত্ৰীৰ কাৰ্যালয়ে এই কথা সাদৰি কৰিছে। শেহতীয়াভাৱে নীৰজ চোপ্ৰাই ২০১৮ চনৰ জাকাৰ্টা এছিয়ান গেমছত স্বৰ্ণ জয় কৰিছিল।
International desk, NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here