জুন মাহৰ দ্বিতিয় সপ্তাহৰ ভিতৰত ঘোষিত হব মেট্ৰিকৰ ফলাফল 

0
271

জুন মাহৰ দ্বিতিয় সপ্তাহৰ ভিতৰত ঘোষিত হব মেট্ৰিকৰ ফলাফল 

জুন মাহৰ দ্বিতিয় সপ্তাহৰ ভিতৰত  ঘোষিত হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ ৮০ৰ পৰা ৮৪% উত্তৰ বহী ছোৱাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে ছেৱা কৰ্তৃপক্ষই।
ৰাজ্যৰ শিক্ষা বিভাগে লৈছে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ইউটিউবৰ জৰিয়তে বিশেষ পাঠ গ্ৰহণৰ ব্যৱস্থা হাতত লৈছে অসম মাধ্যমিক শিক্ষা পৰিষদে। 
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here