জিলা উপায়ুক্ত সকলৰে ভাৰ্চুৱেল বৈঠক মুখ্যমন্ত্ৰীৰ

5

জিলা উপায়ুক্ত সকলৰে ভাৰ্চুৱেল বৈঠক মুখ্যমন্ত্ৰীৰ

মঙ্গলবাৰে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীৰ অসম ভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্স যোগে জিলা উপায়ুক্তসকলৰ সৈতে এক পর্যালোচনা বৈঠকত মিলিত হ’য়। এই ভার্চুৱেল বৈঠকখনত জিলা উপায়ুক্ত সকলৰ সৈতে অৰুণোদয় আঁচনি ৰূপায়ণৰ পর্যালোচনা আৰু ‘হৰ ঘৰ ত্রিৰংগা’ৰ প্ৰস্তুতি সম্পৰ্কীয় বিষয় সন্দৰ্ভত আলোচনা কৰে । এইক্ষেত্রত উপায়ুক্তসকললৈ বহুকেইটা গুৰুত্বপূর্ণ নির্দেশনা প্রদান কৰে মুখ্যমন্ত্রী গৰাকীয়ে ।
বৈঠককালত মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্রীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাও উপস্থিত থাকে।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here