Sunday, March 26, 2023
HomeAssameseজাৰ্মানীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

জাৰ্মানীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

জাৰ্মানীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দুদিনীয়া ভ্ৰমণসুচী লৈ ৰবিবাৰে জাৰ্মানীত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ৰবিবাৰে জাৰ্মানীৰ মিউনিখত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক উষ্ণ আদৰণি জনাই ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ভ্ৰমণকালত G-7 বৈঠকত অংশগ্ৰহণ কৰিব । এই বৈঠকৰ পিচতে G-7 দেশ আৰু অতিথি দেশৰ প্ৰতিনিধিৰে প্ৰধানমন্ত্ৰীয়ে মোডীয়ে পৰিবেশ , শক্তি , জলবায়ু , খাদ্য সুৰক্ষা , স্বাস্থ্য , আতংকবাদ , লিংগীয় সমানতা তথা লোকতন্ত্ৰ সন্ধৰ্ভত আলোচনা কৰিব । অতিথি দেশ সমুহৰ প্ৰতিনিধিৰ সৈতে বিশ্বৰ সামপ্ৰতিক ৰাজনৈতিক পৰিবেশৰ ওপৰতো চৰ্চা কৰিব প্ৰধানমন্ত্ৰীয়ে । জাৰ্মানীৰ পৰা ওভতাৰ পথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে UAE ভ্ৰমণ কৰিব ।

National Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments