Home Assamese জাগুনৰ বুঢ়ীদিহিং নৈত ভয়ঙ্কৰ নাও দুৰ্ঘটনা

জাগুনৰ বুঢ়ীদিহিং নৈত ভয়ঙ্কৰ নাও দুৰ্ঘটনা

63

জাগুনৰ বুঢ়ীদিহিং নৈত ভয়ঙ্কৰ নাও দুৰ্ঘটনা

জাগুনৰ অসম-অৰুণাচল সংযোগী ঘাটত অঘটন মেচিন নাওৰ পৰা সৰি পৰিল এখন i10 বাহন আৰু এখন মটৰ চাইকেল ।

গাড়ীৰ ভিতৰত থকা এগৰাকী লোক সন্ধানহীন।

লোকজনৰ নাম কিৰণ থাপা(৫৮) বুলি জানিব পৰা গৈছে।

ইতিমধ্যে স্থানীয় লোকৰ সহযোগত বাহনখন উদ্ধাৰ কৰা হৈছে যদিও বৰ্তমানেও গাড়ীখনৰ চালক গৰাকী আৰু বাইক খনৰ কোনো খৱৰ উলিয়াব পৰা নাই।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here