Sunday, March 26, 2023
HomeAssameseজাগুনৰ এখন দৈনিক বজাৰ, বজাৰ খন বৰ্তমান পৰ্যবেশিত হৈছে ডাষ্টবিনলৈ

জাগুনৰ এখন দৈনিক বজাৰ, বজাৰ খন বৰ্তমান পৰ্যবেশিত হৈছে ডাষ্টবিনলৈ

জাগুনৰ সদা ব্যস্ত এখন দৈনিক বজাৰ।। একমাত্ৰ এই বজাৰ খনৰ পৰাই জাগুনৰ ৰাইজৰ লগতে কাষৰীয়া ৰাজ্য অৰুণাচলৰ লোক সকল আহিও সকলো সামগ্ৰী কিনা বেচা কৰে। কিন্তু বজাৰ খন বৰ্তমান ডাষ্টবিনলৈ ৰূপান্তৰিত হৈছে।।বছৰি লাখ লাখ টকাৰ নিবিদা প্ৰক্ৰিয়াৰ দ্বাৰা এই বজাৰ খন পৰিচালনা হৈ আহিছে যদিও চাফ চিকুনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰে কোনেও,,এই বছৰো কিছুদিনৰ পাছতেই নিবিদা হব।এইবাৰ নিবিদাৰ দৰ উঠিছে 12,56,497 টকা।।লাখ লাখ টকাৰ নিবিদাৰে পৰিচালিত বজাৰ খনত নাই ডাষ্টবিন, নাই শৌচালয়ৰ সু ব্যৱস্থা।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments