জাগুনত ফেৰী ঘাটত সংঘটিত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন মৃতদেহ উদ্ধাৰ

জাগুনত ফেৰী ঘাটত সংঘটিত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন মৃতদেহ উদ্ধাৰ

 

সোমবাৰে জাগুনৰ অসম-অৰুণাচল সংযোগী ফেৰী ঘাটত সংঘটিত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা লোকজন কিৰণ থাপা(৫৫)ৰ মৃতদেহ উদ্ধাৰ ।

লেখাপানীৰ লাথৈলা ঘাটত উদ্ধাৰ হৈছে মৃতদেহ।

বুধবাৰে পুৱাৰ ভাগত লাথৈলা ঘাটৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটোক।

ৰন্টু বৰশইকীয়া, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here