জাগুনত ফেৰী ঘাটত সংঘটিত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন মৃতদেহ উদ্ধাৰ
সোমবাৰে জাগুনৰ অসম-অৰুণাচল সংযোগী ফেৰী ঘাটত সংঘটিত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা লোকজন কিৰণ থাপা(৫৫)ৰ মৃতদেহ উদ্ধাৰ ।
লেখাপানীৰ লাথৈলা ঘাটত উদ্ধাৰ হৈছে মৃতদেহ।
বুধবাৰে পুৱাৰ ভাগত লাথৈলা ঘাটৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটোক।
ৰন্টু বৰশইকীয়া, Ne India News