Saturday, March 18, 2023
HomeAssameseজাগুনত দ্ৰাগছ ব্যৱসায়ীক আটক! উদ্ধাৰ দ্ৰাগছ,নগদ ধন

জাগুনত দ্ৰাগছ ব্যৱসায়ীক আটক! উদ্ধাৰ দ্ৰাগছ,নগদ ধন

জাগুনত দ্ৰাগছ ব্যৱসায়ীক আটক! উদ্ধাৰ দ্ৰাগছ,নগদ ধন

লেখপানীত ড্ৰাগছ ব্যৱসায়ী আটক । লেখাপানীৰ উদয়পুৰ কৈৰি বস্তিৰ পৰা আটক ড্ৰাগছ ব্যৱসায়ী জন। ড্ৰাগছ সহ বহু পৰিমাণে নগদ ধন উদ্ধাৰ জাগুন আৰক্ষীৰ।

তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। মাৰঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত এই ড্ৰাগছ বিৰোধী অভিযান।

লেখাপানীৰ উদয়পুৰ কৈৰি বস্তিত আৰক্ষীৰ দলটোৱে অভিযান চলাই মোহন কৈৰি (৪০) নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক হাতেলুটে ধৰা পেলাই আটক কৰে।

ড্ৰাগছ ব্যৱসায়ী মোহন কৈৰিৰ পৰা আৰক্ষীয়ে ড্ৰাগছ, কিছু পৰিমাণে বিলাতি আৰু দেশীয় সুৰা সহ নগদ ১০৪৯০০( এক লাখ চাৰি হাজাৰ ন-শ) টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments