জাকাৰ্টাত ২৫ আগষ্টলৈকে কোন খন দেশে কিমানটা পদক লাভ কৰিলে

0
817

 

১৮ আগষ্টৰ পৰা জাকাৰ্টাত চলি থকা ১৮তম এছিয়ান গেমছত ২৫ আগষ্টলৈকে কোন খন দেশে কিমানটা পদক লাভ কৰিলে এবাৰ চাওঁ আহক ৷তালিকাখনত ভাৰতে ২৮ টা পদকেৰে ৯ নং স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷
SPORTS DESK NEINDIA
নং দেশ স্বৰ্ণ ৰূপ ব্ৰঞ্জ মুঠ
১ চীন ৭১ ৪৯ ২৯ ১৪৯
২ জাপান ৩৪ ৩১ ৪৩ ১০৮
৩ কোৰিয়া ৰিপাব্লিক ২৪ ২৬ ৩১ ৮৩
৪ ইৰাণ ১৪ ১১ ৮ ৩৪
৫ ইণ্ডোনেছিয়া ১০ ১২ ১৬ ৩৮
৬ ডিপিআৰ কোৰিয়া ১০ ৫ ৬ ২১
৭ থাইলেণ্ড ৮ ৮ ২৪ ৪০
৮ চাইনীজ টাইপে ৬ ১১ ১২ ২৯
৯ ভাৰত ৬ ৫ ১৭ ২৮
১০ উজবেকিস্তান ৫ ১০ ৭ ২২
১১ কাজাখস্তান ৪ ৭ ২৬ ৩৭
১২ মংগোলিয়া ৩ ২ ৪ ৯
১৩ হংকং চাইনা ২ ৫ ১৩ ২০
১৪ সংযুক্ত আৰব ২ ৩ ১ ৬
১৫ ছিংগাপুৰ ২ ১ ৬ ৯
১৬ ভিয়েটনাম ১ ৬ ৯ ১৬
১৭ কিৰ্ঘিস্তান ১ ৪ ৫ ১০
১৮ মালয়েছিয়া ১ ৪ ১ ৬
১৯ মাকাউ ১ ২ ০ ৩
২০ লেবানন ১ ১ ২ ৪
২১ ফিলিপাইনছ ১ 0 ৭ ৮
২২ জর্ডান ১ 0 ৩ ৪
২৩ কম্বোডিয়া ১ 0 0 ১
২৪  ইৰাক ১ 0 0 ১
২৫ তুর্কমেনিস্তান 0 ১ ২ ৩
২৬ বাহৰেইন 0 ১ 0 ১
২৭ লাও পিডিআৰ 0 ১ 0 ১
২৮ ছৌদি আৰব 0 ১ 0 ১
২৯ ম্যানমাৰ 0 0 ২ ২
৩০ আফগানিস্তান 0 0 ১ ১
৩১ পাকিস্তান 0 0 ১ ১
৩২ কাটাৰ 0 0 ১ ১
৩৩ বাংলাদেশ 0 0 0 0
৩৪   ভূটান 0 0 0 0
৩৫ ব্রুনে 0 0 0 0
৩৭ স্বাধীন অলিম্পিক এথলেটিকছ 0 0 0 0
৩৭ মালদ্বীপ 0 0 0 0
৩৮ নেপাল 0 0 0 0
৩৯  ওমান 0 0 0 0
৪০ পেলেষ্টাইন 0 0 0 0
৪১ শ্রীলংকা 0 0 0 0
৪২  ছিৰিয়া 0 0 0 0
৪৩ তাজিকিস্থান 0 0 0 0
৪৪ টিমৰ লেস্ট 0 0 0 0
৪৫ কোৰিয়া 0 0 0 0
৪৬ য়েমেন 0 0 0 0

LEAVE A REPLY

Please enter your comment!
Please enter your name here