জাষ্টিছ ৰঞ্জন গগৈক মুখ্য ন্যায়ধীশ হিচাপে নিযুক্ত কৰিলে ৰাষ্ট্ৰপতিয়ে 

0
807

national news desk :জাষ্টিছ ৰঞ্জন গগৈক পৰৱৰ্তী মুখ্য ন্যায়ধীশ হিচাপে নিযুক্ত কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে  । জাষ্টিছ ৰঞ্জন গগৈৱে ৩ অক্টোৱৰত মুখ্য ন্যায়ধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব । জাষ্টিছ গগৈৱে বৰ্তমানৰ মুখ্য  ন্যায়ধীশ দিপক মিশ্ৰৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব । চীফ জাষ্টিছ দিপক মিশ্ৰই অৱসৰ লব ২ অক্টোৱৰত ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here