Sunday, December 4, 2022
HomeAssamese"জল জীৱন মিছন",২০২১-২২ পানী যোগান প্ৰকল্প আনুষ্ঠানিক ভাৱে মুকলি

“জল জীৱন মিছন”,২০২১-২২ পানী যোগান প্ৰকল্প আনুষ্ঠানিক ভাৱে মুকলি

“জল জীৱন মিছন”,২০২১-২২ পানী যোগান প্ৰকল্প আনুষ্ঠানিক ভাৱে মুকলি

বিজেপি চৰকাৰৰ বহু জনকল্যাণ আঁচনিৰ ভিতৰত অন্য এক অভিলাসী আঁচনি হৈছে জল জীৱন মিছন অৰ্থাৎ পানী যোগান আঁচনি।

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ চুকে-কোনে মুঠ ২৪,০০০টা জন স্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত এই পানী যোগান আঁচনিৰ কাম ক্ষীপ্ৰতাৰে আগবাঢ়িছে।

তাৰ সমান্তৰালভাৱে চাবুৱা সমষ্টিৰ গুইজানত ‘জল জীৱন মিছন পানী যোগান প্ৰকল্প ভিতৰত সোমবাৰে তিনিচুকীয়া জিলাৰ গুইজান নলনী চাহ বাগিচাত জল জীৱন মিছন-২০২১-২২ অৰ্থাৎ পানী যোগান আঁচনিৰ এটা প্রকল্প আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।

উল্লেখযোগ্য গুইজান নলনী চাহ বাগিছাত এক কোটি ২০ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হোৱা প্ৰকল্প টোত প্ৰায় তিনিশটা পৰিয়ালক বিশুদ্ধ খোৱা পানী এই পানী যোগান প্ৰকল্পটোৰ পৰা নলনী চাহ বাগিচাৰ পৰিয়ালক এই পানী যোগান আঁচনিৰ পানী সুবিধা লাভ কৰিব।

উক্ত উদ্ধোধনী অনুষ্ঠানটিত চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা প্ৰমুখ্যে কৰি বিজেপিৰ বহু কেইজন দলীয় কৰ্মী উপস্থিটিত এক সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments