জম্মু কাশ্মীৰ কংগ্ৰেছত পদত্যাগৰ ঢৌ
শুকুৰবাৰে কংগ্ৰেছ দলৰ প্ৰাথমিক পদৰ পৰা পদত্যাগ কৰে জ্যেষ্ট কংগ্ৰেছ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদে । গুলাম নবী আজাদৰ পদত্যাগৰ পিচতে পদত্যাগৰ সোঁত বৈছে জম্মু-কাশ্মীৰ কংগ্ৰেছত । আজাদৰ পিচত পুনৰ পাচ গৰাকী জেষ্ট্য কংগ্ৰেছ নেতাই দলত্যাগ কৰে । কংগ্ৰেছ দল ত্যাগ কৰা পাচগৰাকী কংগ্ৰেছ নেতা ,চলমান নিজামি , জি এম চৰুৰী , হাজী অব্দুল ৰশ্বিদ , মহম্মদ আমিন ভাট , গুলজাৰ আহমেদ বানী ।
লগতে দলত্যাগ কৰিছে চৌধুৰী মহম্মদ আক্ৰামৰ লগতে জেষ্ট্য কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী আৰ এচ চিবে ।
National Desk , Ne India News