জমা ধনৰ সূদৰ হাৰ হ্ৰাস ৩% লৈ

0
481

জমা ধনৰ সূদৰ হাৰ হ্ৰাস ৩% লৈ

ভাৰতীয় ষ্টেট বেংকে সকলো ছেভিংছ বেংকৰ জমা ধনৰ সুদৰ হাৰ ৩% শতাংশলৈ হ্ৰাস কৰাৰ কথা  ঘোষনা কৰিছে। ৪৪.৫১ কৌটি গ্ৰাহক প্ৰভাবিত হব ষ্টেট বেংকৰ এই ঘোষনাত। এতিয়াৰ পৰা সকলো ছেভিংছ একাউণ্টৰ জমা ধন  ৩% শতাংশত সীমিত  থাকিব। ছেভিংছ একাণ্টত কোনো নূন্যতম জমা ধন ৰখাৰ বাধ্যবাধকতা নাথাকিব।
News Desk, NE India 

LEAVE A REPLY

Please enter your comment!
Please enter your name here