জমা ধনৰ সূদৰ হাৰ হ্ৰাস ৩% লৈ
ভাৰতীয় ষ্টেট বেংকে সকলো ছেভিংছ বেংকৰ জমা ধনৰ সুদৰ হাৰ ৩% শতাংশলৈ হ্ৰাস কৰাৰ কথা ঘোষনা কৰিছে। ৪৪.৫১ কৌটি গ্ৰাহক প্ৰভাবিত হব ষ্টেট বেংকৰ এই ঘোষনাত। এতিয়াৰ পৰা সকলো ছেভিংছ একাউণ্টৰ জমা ধন ৩% শতাংশত সীমিত থাকিব। ছেভিংছ একাণ্টত কোনো নূন্যতম জমা ধন ৰখাৰ বাধ্যবাধকতা নাথাকিব।
News Desk, NE India