জব্দ অবৈধ কয়লাবাহী ট্ৰাক ! আৰক্ষীৰে লেনদেনৰ কথা স্বীকাৰ চালকৰ

0
632
ব্রেকিংঃ জনতাই জব্দ কৰিলে অবৈধ কয়লাবাহী ট্ৰাক
সোমবাৰে সন্ধ্যা প্ৰায় ৭ বজাত কাটিগড়া চৌৰঙ্গীত এখন অবৈধ কয়লাবাহী  ট্রাক আটক কৰিলে স্থানীয় জনতাই। গাড়িখন মেঘালয়ৰ পৰা মালিডহৰ হৈ পাচগ্রামলৈ গৈ আছিল। গাড়ি চালকে স্বীকাৰ কৰিছে যে  হিলাড়া ৰেল ক্রচিংৰ আশে পাশে থকা কাটিগড়া আৰক্ষীক উপঢৌকন দি গাড়িখন পাৰ কৰাই আনিছে
প্রদীপ্ত পুৰকায়স্থ, চাউথ অসম ব্যুৰো, Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here