জনপ্ৰিয় ইউটিউবাৰ তেলচুৰাৰ পৰিচালক জিতুল ৰাজবংশী আৰু নাই

0
279

জনপ্ৰিয় ইউটিউবাৰ তেলচুৰাৰ পৰিচালক জিতুল ৰাজবংশী আৰু নাই

জনপ্ৰিয় ইউটিউব চেনেল ভইচ অৱ আচাম ৰ তেলচুৰা পৰিচালক তথা অভিনেতা জিতুল ৰাজবংশী মংগল বাৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ নিশা ১১.৩০ বজাত মৃত্যু হয়। তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল । তেওঁৰ মৃত্যুত সনগ্ৰ তামোলপুৰ অঞ্চলত শোকৰ চাঁ‌ পৰিচে।
চলিত বৰ্ষতে তেওঁৰ শৰীৰত কৰ্কট ৰোগৰ উপস্থিতি ধৰা পৰাৰ পাছতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিব ধৰে।পৰৱতী সময়ত চেন্নাইত কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণ কৰি অহা জিতুলে পাছত গুৱাহাটীৰ বি বৰুৱা কৰ্কট হস্পিটেলত চিকিৎসাধীন হয় আৰু মঙলবাৰে নিশা বি বৰুৱা কৰ্কট হস্পিটেলতে হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here