জনতা ভৱনত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ সংবাদমেল

0
426

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

মঙ্গলবাৰে পুৱাৰ ভাগত দিশপুৰত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
নুমলীগড় শোধনাগাৰ সন্দৰ্ভত জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
তেওঁ কয়-“ৰাজহুৱা খণ্ডতে থাকিব নুমলীগড় শোধনাগাৰ”
“NRLৰ ২৬% শতাংশ শ্বেয়াৰ ওভতাই দিবলৈ কেন্দ্ৰক অনুৰোধ ৰাজ্য চৰকাৰৰ”
” ১২·১৬ %  শ্বেয়াৰ অাছে ৰাজ্য চৰকাৰৰ”
বড়ো শান্তি চুক্তি সন্দৰ্ভত মন্তব্য দিয়ে মন্ত্ৰী শৰ্মাই
বড়ো আন্দোলনৰ এক ঐতিহাসিক পটভূমি আছে- হিমন্ত বিশ্ব শৰ্মা
“বড়ো স্বাধিকাৰৰ আন্দোলনৰ ফলত মুঠ ৪০০০লোকে প্ৰাণ আহুতি দিব লগা হ’ল”
“বড়ো চুক্তিত স্পষ্টকৈ উল্লেখ আছে অসমৰ
Teritorial intrigrity of Assam will be preserved বুলি”
৭ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
CAA জাতিধ্বংসী নহয়, অালফা প্ৰধান পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহ্বান হিমন্তবিশ্ব শৰ্মাৰ
অসমৰ স্থায়ী শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত ভাৰত চৰকাৰ আলোচনাৰ বাবে আগ্ৰহী
শান্তিৰ স্বাৰ্থত অসমবাসীকো আলফা প্ৰধান পৰেশ বৰুৱালৈ আলোচনাৰ আহ্বান জনাবলৈ অনুৰোধ মন্ত্ৰী হিমন্তৰ 

https://youtu.be/dr76SDP2GbM?t=28

News desk, NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here