Home Assamese জনজাতিকৰণৰ প্ৰসংগত পুনৰ সৰৱ ৰাজ্যৰ দল সংগঠন

জনজাতিকৰণৰ প্ৰসংগত পুনৰ সৰৱ ৰাজ্যৰ দল সংগঠন

89
জনজাতিকৰণৰ প্ৰসংগত পুনৰ সৰৱ ৰাজ্যৰ দল সংগঠন

জনজাতিকৰণৰ প্ৰসংগত পুনৰ সৰৱ ৰাজ্যৰ দল সংগঠন

শেহতীয়াকৈ দেশৰ ৫ ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ পিছতে তিনিচুকীয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ , মটক জনগোষ্ঠীৰ নেতা সকলে ।

অসমৰ ৬ টা জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰতাৰণা সহ্য কৰা নহব বুলি উল্লেখ কৰি ধাৰাবাহিক আন্দোলনৰ জৰিয়তে অসম অচল কৰাৰ হুংকাৰ সংগঠন কেইটাৰ ।

শীঘ্ৰে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে অসম বন্ধৰ দৰে কাৰ্য্যসূচী লোৱাৰো হুংকাৰ সংগঠন কেইটাৰ ।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here