জনজাতিকৰণৰ প্ৰসংগত পুনৰ সৰৱ ৰাজ্যৰ দল সংগঠন

4
জনজাতিকৰণৰ প্ৰসংগত পুনৰ সৰৱ ৰাজ্যৰ দল সংগঠন

জনজাতিকৰণৰ প্ৰসংগত পুনৰ সৰৱ ৰাজ্যৰ দল সংগঠন

শেহতীয়াকৈ দেশৰ ৫ ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ পিছতে তিনিচুকীয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ , মটক জনগোষ্ঠীৰ নেতা সকলে ।

অসমৰ ৬ টা জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰতাৰণা সহ্য কৰা নহব বুলি উল্লেখ কৰি ধাৰাবাহিক আন্দোলনৰ জৰিয়তে অসম অচল কৰাৰ হুংকাৰ সংগঠন কেইটাৰ ।

শীঘ্ৰে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে অসম বন্ধৰ দৰে কাৰ্য্যসূচী লোৱাৰো হুংকাৰ সংগঠন কেইটাৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here