ছয়গাওঁ‌ সমষ্টিৰ উন্নয়ন ! অতীত আৰু বৰ্তমান 

0
128

ছয়গাওঁ‌ সমষ্টিৰ উন্নয়ন ! অতীত আৰু বৰ্তমান 

দক্ষিণ কামৰুপৰ এটি গুৰুত্বপুৰ্ণ সমষ্টি ছয়গাওঁ‌ । ছয়গাওঁ‌ সমষ্টিৰ উন্নয়ন যেন স্থৱিৰ হৈ পৰিছে বৰ্তমান সময়ত । বানপানীৰ সমস্যাৰে জৰ্জৰিত সমষ্টি টোৱে এতিয়া হামৰাও কৰিব লগা হৈছে উন্নয়ন আৰু বিকাশৰ বাবে । 
কিয় ???
ৰাইজৰ মত , বৰ্তমানৰ বিধায়ক গৰাকীয়ে সমষ্টিটোৰ সমস্যা সমুহৰ প্ৰতি পিঠি দিছে । সমষ্টিটোৰ সমস্যা সমুহ চৰকাৰৰ ওচৰত , বিধানসভাত ডাঙি ধৰিব পৰা নাই । সমষ্টি উন্নয়ণৰ ক্ষেত্ৰত সম্পুৰ্ণ ভাৱে ব্যৰ্থ হোৱা বুলি মন্তব্য সমষ্টিবাসীৰ । 
কিন্ত—
এটা সময়ত ছয়গাওঁ‌ সমষ্টি ৰাজ্যৰ ভিতৰতে উল্লেখযোগ্য সমষ্টি হিচাপে পৰিগণিত হৈছিল । ৰাষ্টা – ঘাটৰ পৰা স্কুল ,চিকিৎসালয়লৈ উন্নয়নৰ ধাৰা বৈছিল । সমষ্টিটোৰ জনপ্ৰতিনিধি ডাঃ কমলা কান্ত কলিতাই সমষ্টিটোক উন্নয়নৰ ক্ষেত্ৰত এক অন্য মাত্ৰা প্ৰদান কৰিছিল । সেই উন্নয়ন , সেই বিকাশৰ ছবি আজিও দেখা ছয়গাওঁ‌ত ।
ছয়গাওঁ‌ৰ উন্নয়নমুলক কাম সমুহৰ খতিয়ন লবলৈ Ne india News ৰ তৰফৰ যোগাযোগ কৰা হৈছিল প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তথা ছয়গাওঁ‌ সমষ্টিৰ একাধিক বাৰৰ বিধায়ক ডাঃ কমলা কান্ত কলিতা । আমাৰ প্ৰতিনিধিক সেই তাহানিৰ উন্নয়ন সমুহৰ বিষয়ে কি কলে ? জানিবলৈ ক্লিক কৰক —-
সাক্ষাৎগ্ৰহণ – অনিতা সিনহা 

LEAVE A REPLY

Please enter your comment!
Please enter your name here