‘ছয়গাওঁ‌ সমষ্টিবাসীৰ ওপৰত আস্থা আছে ” ডাঃ কমলা কলিতা

0
198

‘ছয়গাওঁ‌ সমষ্টিবাসীৰ ওপৰত আস্থা আছে ” ডাঃ কমলা কলিতা

ছয়গাওঁ‌ সমষ্টিত একাংশ ৰাজনৈতিক দলে মেৰুকৰণৰ ৰাজনীতিৰ আশ্ৰয় লৈ আহিছে । সফলো হৈছিল । কিন্ত এতিয়া আৰু সেই দিন নাই , জনতাই বুজি উঠিছে । মেৰুকৰণৰ ৰাজনীতিৰে নিৰ্বাচনত জয়ী হোৱা সকলে , সমষ্টিটোৰ উন্নয়ন স্থৱিৰ কৰি দিছে । আজি কোনো উন্নয়নমুলক আচঁ‌নি বা কাম চকুত নপৰে । এই মন্তব্য , ছয়গাওঁ‌ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী ডাঃ কমলা কান্ত কলিতাৰ । 
ছয়গাওঁ‌ সমষ্টি বাসীৰ লগতে ছয়গাওঁ‌ সমষ্টিবাসীৰ ওপৰত সম্পুৰ্ণ আস্থা আছে বুলি মন্তব্য কমলা কলিতাৰ । Ne India News ৰে হোৱা আছুতিয়া সাক্ষাৎকাৰত পৰৱৰ্তী পদক্ষেপ তথা ছয়গাওঁ‌ সমষ্টিক পুনৰ প্ৰতিনিধিত্ব কৰাৰ সুযোগ পালে কি কি বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব এই সম্পৰ্কত বিশদ ভাৱে জনালে ডাঃ কলিতাই । সম্পুৰ্ণ সাক্ষাৎকাৰটো চাবলৈ ক্লিক কৰিব লাগিব তলৰ লিংকটোত ………https://youtu.be/zHk6xuxG53M?t=11
সাক্ষাৎগ্ৰহণঃ  প্ৰিয়ংকা কলিতা

LEAVE A REPLY

Please enter your comment!
Please enter your name here