ছয়গাওঁ‌ সমষ্টিত গঢ়ি উঠিছে দুৰ্নীতিৰ পাহাৰ

0
443

ছয়গাওঁ‌ সমষ্টিত গঢ়ি উঠিছে দুৰ্নীতিৰ পাহাৰ

সমষ্টিৰ মানুহ মৰে মৰক৷ বিধায়কৰ কি আহে যায় ।চান্দা, ঘোঁচ আৰু কমিচনৰ কৰাল গ্ৰাসত ছয়গাওঁ‌ সমষ্টি ৷ ফলত সমষ্টিত গঢ়িছে দুৰ্নীতিৰ পাহাৰ ।  
 ছয়গাওঁ‌   সমষ্টিৰ আজি উন্নয়নৰ নমুনা দেখুৱাম৷ প্ছয়গাঁৱৰ বিধায়ক ২০১৯ বৰ্ষৰ মাৰ্চ মাহত স্থাপণ কৰিছিল আধাৰশিলা ৷ বিধায়কৰ লগত  ঠিকাদাৰৰ মত পাৰ্থক্য হোৱাত পলমকৈ আৰম্ভ হ’ল নিৰ্মানকাৰ্য্য ৷ কিন্তু অতি নিম্নমানৰ কংক্ৰীতৰ পেভাৰ ব্লকেৰে নিৰ্মান কৰা হৈছে এই পথ ৷ পথত ষ্টন ডাষ্ট ব্যৱহাৰ কৰাৰ পৰিবৰ্তে ব্যৱহাৰ কৰি গৈছে নদীৰ পলহ মাটি ৷ আচনিৰ সিংহভাগ ধন আত্মসাৎ কৰাৰ  অভিষন্ধিৰে   স্থানীয় একাংশ দালালে লিপ্ত হৈছে কুটিল ষড়যন্ত্ৰত। ৷ 
প্ৰশ্ন হয়, উন্নয়মুলক কামৰ ক্ষেত্ৰত এতিয়া দোষ কাক দিম?  স্থানীয় লোকৰ অভিযোগ বিধায়ক আহমেদে বিৰুদ্ধে ও । বিধায়কৰ সমৰ্থন লাভ কৰিয়ে ঠিকাদাৰে নিজ মইমাতলীৰে কাম কৰি গৈছে । যাৰ ফলত ছয়গাঁও সমষ্টিৰ উন্নয়ন স্থবিৰ হৈ পৰিছে ।
 কাম কৰিব নিবিচাৰে ঠিকাদাৰ কিম্বা জনপ্ৰতিনিধিয়ে ৷
আনোৱাৰ হুছেইন, গৰৈমাৰী, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here