Wednesday, May 31, 2023
HomeAssameseছৈখোৱাত ১০৩ গৰাকী ছাত্ৰছাত্ৰীক বিশেষ সম্বৰ্ধনা

ছৈখোৱাত ১০৩ গৰাকী ছাত্ৰছাত্ৰীক বিশেষ সম্বৰ্ধনা

ছৈখোৱাত ১০৩ গৰাকী ছাত্ৰছাত্ৰীক বিশেষ সম্বৰ্ধনা

সোনোৱাল কছাৰী স্বাসিত পৰিষদ আৰু
ভাৰতীয় জনতা পাৰ্টি ছৈখোৱা মণ্ডল সমিতিয়ে যুটীয়া ভাৱে আয়োজন কৰে এক সম্বৰ্ধনা অনুষ্ঠান ৷ ছৈখোৱা মণ্ডল বিজেপি অন্তৰ্গত সাতখন গাওঁপঞ্চায়তৰ ১৬ খন উচ্চ মাধ্যমিক বিদ্যালয়লত অধ্যয়ন কৰি সুখ্যাতিৰে প্ৰথম স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। ছাত্ৰ-ছাত্ৰী সকলক থলুৱা জনজাতীয় গামোচা আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া আৰু সোনোৱাল কছাৰী স্বাসিত পৰিষদৰ ডাঙৰী সমষ্টিৰ সদস্যা দিপ্তী সোনোৱালে ৷ এই বিশেষ অনুষ্ঠানটো কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত হয় । ডুমডুমাৰ ডাঙৰী হালালী ভৱনত অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠান ৷

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne  India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments