Saturday, March 18, 2023
HomeAssameseছৈখোৱাত পথ দূৰ্ঘটনা, গুৰুতৰ ভাবে আহত

ছৈখোৱাত পথ দূৰ্ঘটনা, গুৰুতৰ ভাবে আহত

তিনিচুকীয়া জিলাৰ ছৈখোৱা ধলা আৰক্ষী থানাৰ অন্তৰ্গত ধলা দলঙৰ সমিপত মঙ্গলবাৰে নিশা হোৱা এক পথ দূৰ্ঘটনাত এক জন লোক গুৰুতৰ ভাবে আহত হোৱাৰ কথা জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি কালি নিশা প্ৰায় ১২ বজাত ধলা দিশৰ পৰা অহা As 23 AA 3660 নম্বৰৰ এখন তিব্ৰ বেগী ৰেনল্ড কুইট বাহনে ধলা দলঙৰ সমিপত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা নামি এটা দ খাৱৈত সোমাই পৰে। যাৰ ফলত বাহন খনৰ চালক জন গুৰুতৰ ভাবে আহত হোৱাৰ লগতে বাহন খনত অহা আন কেইবাজনো লোক কম বেচি পৰিমাণে আহত হয় বুলি জানিব পৰা গৈছে। আহত সকলক নিশাই ততাতৈয়াকৈ ধলা আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত খাৱৈটোৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments