ছিকিমত বৃহৎ ভূমিস্খলন

0
1029

NEWS DESK NE INDIA : ছিকিমত সংঘটিত হৈছে এক বৃহৎ ভূমিস্খলনৰ। উত্তৰ ছিকিমৰ জংগু এলেকাত হোৱা এই  ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বহুতো জনসাধাৰণ তথা বাসগৃহৰ। লগতে মৃত্যু ঘটিছে বহুতো জীৱ-জন্তুৰ। উল্লেখযোগ্য যে, প্ৰশাসনে উদ্ধাৰ অভিযান দ্ৰুতগতিত চলাইছে যদিও বহু বাসগৃহ সম্পূৰ্ণ ৰূপে জাহ গৈছে ভূমিস্খলনত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here