Wednesday, May 31, 2023
HomeAssameseছাত্ৰ-ছাত্ৰীৰ বাবে শীঘ্রে মুকলি কৰা হ'ব এক মিছন

ছাত্ৰ-ছাত্ৰীৰ বাবে শীঘ্রে মুকলি কৰা হ’ব এক মিছন

ছাত্ৰ-ছাত্ৰীৰ বাবে শীঘ্রে মুকলি কৰা হ’ব এক মিছন

আজি সোমবাৰে মিছন ভূমিপুত্ৰৰ মুকলি কৰাৰ দিনাই পুণৰ আন এক মিছন শীঘ্রেই মুকলি কৰাৰ ঘোষণা ৰাজ্যিক কেবিনেটৰ।
মুখ্যমন্ত্রীৰ আন এক বিশেষ ঘোষণা। এতিয়াৰে পৰা অষ্টম শ্রেণীতেই লাভ কৰিব EWS (Economically Weak Sections)-ৰ চাৰ্টিফিকেট। EWS- ৰ ক্ষেত্ৰত বহু কেইটা ৰেহাই দিছে চৰকাৰে। বাৰ্ষিক আয় ৮ লাখৰ তলত থকাসকলে লাভ কৰিব EWS-ৰ চাৰ্টিফিকেট। বৰপেটা, ধুবুৰী, মানকাচৰ আৰু গোৱালপাৰা জিলাত EWS-ৰ অধিক ব্যৱহাৰকাৰী আছে। চাকৰি আৰু শিক্ষাৰ ক্ষেত্রত এই জিলা চাৰিখনৰ পৰা EWS-ৰ অধিকাংশ প্ৰাৰ্থী থাকে বুলি উল্লেখ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ। ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত EWS-ক লৈ আৰম্ভ হ’ব সজাগতা সভা। ইয়াৰোপৰি মাটি-বাৰীৰ ক্ষেত্ৰটো বহুকেইটা সংশোধনী আনিছে ৰাজ্য চৰকাৰে।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments