ছাউথ ইণ্ডিয়ান বেংকত চাকৰি

0
721

ছাউথ ইণ্ডিয়ান বেংকত চাকৰি

ছাউথ ইণ্ডিয়ান বেংকত খালী হৈ থকা পদ পূৰণৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । প্ৰাৰ্থীয়ে অনলাইন যোগে আবেদন দাখিল কৰিব পাৰিব । আবেদনৰ অন্তিম তাৰিখ : ৩০-০৬-২০১৯

পদৰ সংখ্যা : ৫৪৫ টা

পদৰ নাম : Probationary Clerk, Probationary Officer

1. Probationary Clerk
শিক্ষাগত অৰ্হতা : প্ৰাৰ্থীয়ে স্বীকৃতি প্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা যিকোনো বিষয়ত ৬০% লৈ উচ্চতৰ মাধ্যমিক বা স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব ।

বয়স : প্ৰাৰ্থীৰ বয়স ২৬ বছৰৰ ভিতৰত হ’ব লাগিব । (৩০-০৬-২০১৯)

দৰমহা : ১১,৭৬৫ টকাৰ পৰা ৩১,৫৪৯ টকা ।

আবেদন মাচুল : General/OBC : ৬০০ টকা
ST/SC/PH : ১৫০ টকা

2. Probationary Officer
শিক্ষাগত অৰ্হতা : প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত ৬০% লৈ উৰ্ত্তীৰ্ণ হ’ব লাগিব ।

বয়স : প্ৰাৰ্থীৰ বয়স ২৬ বছৰৰ ভিতৰত হ’ব লাগিব । (৩০-০৬-২০১৯)

দৰমহা : ২৩,৭০০ টকাৰ পৰা ৪২,০২০ টকা ।

আবেদন মাচুল : General/OBC : ৮০০ টকা
ST/SC/PH : ২০০ টকা

প্ৰাৰ্থীয়ে অধিক তথ্য ছাউথ ইণ্ডিয়ান বেংকৰ অফিচিয়েল ৱেবচাইটত লাভ কৰিব । ইচ্ছুক প্ৰাৰ্থীয়ে অহা ৩০ জুনৰ আগতে https://ibpsonline.ibps.in ৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here