ছবি নিৰ্মাতা অনুৰাগ কাশ্যপক চমন জাৰি কৰিছে

0
140
Anurag Kayshap

ছবি নিৰ্মাতা অনুৰাগ কাশ্যপক চমন জাৰি কৰিছে

ছবি নিৰ্মাতা অনুৰাগ কাশ্যপক মুম্বাই পুলিচ প্ৰশাসনে চমন জাৰি কৰিছে।দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী পায়েল ঘোষৰ যৌন আতিশয্য গোচৰত বুধবাৰে মুম্বাই পুলিচ প্ৰশাসনে অনুৰাগ কাশ্যপক চমন জাৰি কৰে।অভিনেত্ৰী পায়েল ঘোষে ২২ ছেপ্টেম্বৰত থানাত গোচৰ তৰিছিল অনুৰাগৰ বিৰুদ্ধে যে ২০১৩ চনত অনুৰাগ কাশ্যপে যৌন আতিশয্য চলাইছিল,আৰু কাইলৈ ১১ বজাত থানাত হাজিৰ হ’ব কৈছে অনুৰাগ কাশ্যপক।

Entertainment Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here