Wednesday, March 29, 2023
HomeAssameseচৰকাৰী আঁচনিয়ে ধুকি নোপোৱা এটি পৰিয়াল

চৰকাৰী আঁচনিয়ে ধুকি নোপোৱা এটি পৰিয়াল

পিতৃ নাই, ঘৰো নাই ।

মাতৃয়ে এখন বিদ্যালয়ৰ হোষ্টেলত ৰান্ধনী কাম কৰি, ভাড়া ঘৰৰ সৰু এটা কোঠাত থাকে ডিগবৈৰ এই দুখিয়া পৰিয়ালটো ।

এই পৰিয়াল টোৰ ডাঙৰ কন্যাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাচ টা বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয় ।

ডিগবৈ আৰ ডি ইংলিচ একাডেমীৰ ছাত্ৰী সংস্কৃতি ঘোষ ।

পিতৃ নথকাত যোৱা ১০ বছৰে মাতৃ পৰিস্মীতা য়ে এখন বিদ্যালয়ৰ হোষ্টেলৰ ৰান্ধনী ঘৰত কাম কৰি বহু কষ্টৰে পঢ়োৱাইছিল নিজ কন্যাক।

চৰকাৰী আচনি ও একো লাভ কৰা নাই পৰিয়ালটোৱে ।

অৱশ্যে আৰ ডি স্কুলৰ সঞ্চালিকা চিমি ধানোৱাৰে সংস্কৃতিৰ পঢ়াশুনাত খৰছ বহন কৰিছিল ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India news

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments