Wednesday, March 15, 2023
HomeAssameseচোৰৰ চাফাই অভিযান

চোৰৰ চাফাই অভিযান

চোৰৰ চাফাই অভিযান

মঙ্গলদৈৰ ডাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰৰ চাফাই অভিযান।
চোৰে লুটি নিলে বিদ্যালয়ৰ বহু মূল্যবান সামগ্ৰী।
বিদ্যালয়ৰ অধ্যক্ষৰ কোঠাৰ তলা ভাঙি চোৰে লৈ গল কম্পিউটাৰ, প্ৰিন্টাৰ, পানী মটৰ, হাৰমনীয়াম আৰু বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ।
পুৱাৰ ভাগত বিদ্যালয়ৰ কৰ্মচাৰী উপস্থিত হোৱাত প্রত্যক্ষ কৰে সমগ্ৰ ঘটনা।
লগে লগে বিদ্যালয়ৰ কৰ্মচাৰী জনে প্ৰধান শিক্ষকক অৱগত কৰে ঘটনাৰ বিষয়ে।
প্ৰধান শিক্ষক গৰাকীয়ে আৰক্ষীক খবৰ দিয়াত বিদ্যালয়ত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
বিদ্যালয়ৰ CC Cameraত ধৰা পৰে সমগ্ৰ দৃশ্য।

 পংকজ সৰকাৰ, মঙ্গলদৈ, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments