চেন্নাই ছুপাৰ কিংছে গঢ়িলে আন এক অভিলেখ

0
89

চেন্নাই ছুপাৰ কিংছে গঢ়িলে আন এক অভিলেখ

চেন্নাই ছুপাৰ কিংছে গঢ়িলে আন এক ইতিহাস, আই পি এলত এই কৃতিত্বৰ অধিকাৰী হোৱা চেন্নাই ছুপাৰ কিংছে হৈছে প্ৰথমটো দল
মঙলবাৰে খেলা মেচখনত চেন্নাইয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদক ২০ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়।এই জয়ৰ পাছতে চেন্নাইয়ে এক অভিলেখ গঢ়িবলৈ সক্ষম হয়।
ছানৰাইজাৰ্ছৰ বিৰুদ্ধে চেন্নাই দলৰ এয়া দশম সংখ্যক জয়।চেন্নাইয়ে একমাত্ৰ দল যিয়ে প্ৰতিটো বিৰোধী দলৰ বিৰুদ্ধে দহ বা তাতোকৈ অধিকবাৰ বিজয়ী হৈছে।

মঙলবাৰৰ মেচখনত চেন্নাইয়ে প্ৰথমে বেট ধৰি ছানৰাইজাৰ্ছক ১৬৮ ৰানৰ লক্ষ্য বান্ধি দিয়ে।ইয়াৰ প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছে নিৰ্ধাৰিত অভাৰত ৮ উইকেট বিনিময়ত মাত্ৰ ১৪৭ ৰানহে সংগ্ৰহ কৰে।

Sports Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here