চুটি ছবিয়ে অসমলৈ কঢ়িয়ালে বিশেষ সন্মান 

0
808
ENTERTAINMENT DESK NE INDIA: অসমৰ চলচিত্ৰ প্ৰেমীসকলৰ বাবে সুখবৰ ৷ কাৰণ চুটি ছবি নিৰ্মাতা চাহিদ খানৰ বহু চৰ্চিত ছবি “Alert Condition Red”য়ে লাভ কৰে তিনিটাকৈ পুৰস্কাৰ ৷ উল্লেখ্য যে,1st suri short film festival ত চাহিদ খানৰ অসমীয়া চুটি ছবি “Alert Condition Red”য়ে শ্ৰেষ্ঠ চুটি,শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বটাঁ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
অন্যহাতে চুটি ছবি নিৰ্মাতা চাহিদ খানৰ আগন্তুক চুটি ছবি “Mistake” য়ে ৰাইজৰ মাজত যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ লগতে 1st suri short film festival ত “Mistake” ছবিখন Closing Flim হিচাপে প্ৰদৰ্শিত হৈছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here