চীনে মুকলি কৰিলে অৰুণাচলৰ পাঁ‌চ যুৱকক

0
179

চীনে মুকলি কৰিলে অৰুণাচলৰ পাঁ‌চ যুৱকক

চীনে অপহৰণ কৰা অৰুণাচল প্ৰ্দেশৰ পাঁ‌চজন যুৱকক মুকলি কৰি দিছে।চীনৰ PLA এ ভাৰতীয় সেনাক গতাই দিলে অপহৰণ কৰা পাঁ‌চ যুৱকক। আনজাও জিলা কিবিথোত থকা সীমান্ত চকীত গতাই দিলে পাঁ‌চ যুৱকক।আনজাও জিলাৰ কেবিথত থকা সীমান্তত চিকাৰ কৰিবলৈ গৈছিল যুৱক কেইজন তাৰ পৰাই অপহৰণ কৰিছিল যুৱক কেইজনক।কভিডৰ নিয়ম মানি ১৪ দিন কোৱাৰেণ্টাইনত থাকিব লাগিব যুৱক কেইজন তাৰ পিছতে পৰিয়ালৰ লোকক গতাই দিব ভাৰতীয় সেনাই।

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here